অন্য ব্যৱসায়ৰ পৰা আপোনাৰ কাৰ্যকলাপৰ ওপৰত আধাৰিত কৰি Facebook-ত সমল আপোনাক কেনেদৰে দেখুওৱা হয় সেয়া মিলাওক
লিংক প্ৰতিলিপি কৰক
এণ্ড্ৰইড এপ্প সহায়
কম্পিউটাৰত সহায়
আইপেড এপ্প সহায়
আইফোন এপ্প সহায়
ম'বাইল ব্ৰাউজাৰ সহায়
Facebook Lite এপ্প সহায়
এণ্ড্ৰইড এপ্প সহায়
কম্পিউটাৰত সহায়
আইপেড এপ্প সহায়
আইফোন এপ্প সহায়
ম'বাইল ব্ৰাউজাৰ সহায়
Facebook Lite এপ্প সহায়
আমি লোকসকলক লাহে লাহে Meta একাউণ্টলৈ আপডে’ট কৰি আছোঁ। আপুনি আপোনাৰ একাউণ্ট ছেটিংছ পৰিচালনা কৰাৰ স্থান হিচাপে একাউণ্ট কেন্দ্ৰ বা Meta একাউণ্ট ছেটিংছ দেখা পাব পাৰে।
আপুনি যদি ইউৰোপীয় অঞ্চল বা ইউনাইটেড কিংদমত বাস কৰি আছে, আপোনাৰ বিজ্ঞাপনৰ পচন্দ অন্য লোকতকৈ বেলেগ। আপোনাৰ বিজ্ঞাপনৰ পছন্দসমূহৰ বিষয়ে অধিক জানক।
আপোনাৰ বিজ্ঞাপনৰ অগ্ৰাধিকাৰসমূহত প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ আপুনি Facebook-ত লগইন কৰিব লাগিব।
আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ, আমি বিজ্ঞাপনদাতা আৰু অন্য অংশীদাৰসকলে তেওঁলোকৰ ৱেবছাইট আৰু এপ্সমূহত আপুনি কৰা কাৰ্যকলাপৰ বিষয়ে, লগতে ক্ৰয়ৰ দৰে আপোনাৰ কিছুমান অফলাইন যোগাযোগ সম্পৰ্কে আমাক প্ৰদান কৰা তথ্য লাভ কৰোঁ আৰু ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আপুনি কাপোৰৰ ৱেবছাইট দৰ্শন কৰাৰ ভিত্তিত আমি আপোনাক চাৰ্টৰ বিজ্ঞাপন দেখুৱাব পাৰোঁ।
আপোনাৰ বিজ্ঞাপনৰ অংশীদাৰৰ ছেটিংছৰ পৰা পোৱা কাৰ্যকলাপৰ তথ্য আপোনাৰ বিজ্ঞাপনৰ অগ্ৰাধিকাৰসমূহত মিলাই লৈ আপোনাক বিজ্ঞাপন দেখুৱাবলৈ আমি এইখিনি তথ্য ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ সেয়া আপুনি বাছনি কৰিব পাৰে।
বিজ্ঞাপনৰ অগ্ৰাধিকাৰসমূহৰ ফলত ব্যৱসায়ীসকলে আপোনাক বিপণন বাৰ্তা দিবলৈ আপোনাৰ তথ্য ব্যৱহাৰ কৰিব পাৰে নে নকৰে তাত কোনো প্ৰভাৱ নপৰে। যদি আপুনি কোনো ব্যৱসায়ৰ পৰা বিপণন বাৰ্তা লাভ কৰিব নিবিচাৰে তেন্তে আপুনি চাটৰ পৰা সেইবোৰ পোনপটীয়াকৈ ব্লক কৰিব পাৰে।
একাউণ্ট কেন্দ্ৰত এই ছেটিং চাবলৈ আৰু মিলাবলৈ:
- Facebook-ৰ শীৰ্ষত সোঁফালে আপোনাৰ প্ৰ’ফাইল ফটোত ক্লিক কৰক।
ছেটিংছ আৰু গোপনীয়তা বাছনি কৰক, তাৰ পাছত
ছেটিংছত ক্লিক কৰক।
- একাউণ্ট কেন্দ্ৰত ক্লিক কৰক, তাৰ পাছত বিজ্ঞাপনৰ অগ্ৰাধিকাৰসমূহ-ত ক্লিক কৰক।
- বিজ্ঞাপনৰ ছেটিংত ক্লিক কৰক।
- বিজ্ঞাপনৰ অংশীদাৰসকলৰ পৰা পোৱা কাৰ্যকলাপৰ তথ্য়ত ক্লিক কৰক।
- পুনৰীক্ষণৰ ছেটিংত ক্লিক কৰক।
- বিজ্ঞাপন অংশীদাৰৰ পৰা আপোনাৰ কাৰ্যকলাপৰ তথ্যৰ ওপৰত আধাৰিত কৰি আমি আপোনাক বিজ্ঞাপন দেখুৱাব পাৰিম নে নাই পচন্দ কৰক।
টোকা: এই মূহূৰ্তত সকলোৱে একাউণ্ট কেন্দ্ৰত এই ছেটিংটো এক্সেছ কৰিব নোৱাৰিব।
যদি এই পদক্ষেপবোৰ আপোনাৰ কোনো কামত অহা নাই, আপোনাৰ এপ্ আপডে’ট কৰিবলৈ চেষ্টা কৰক বা আপোনাৰ ৱেব ব্ৰাউজাৰত accountscenter.facebook.com-লৈ যাওক।
আপুনি এটা বিশেষ বিজ্ঞাপন কিয় দেখা পাইছে, সেই বিষয়ে জানক।
টোকা: যদি আপুনি বিজ্ঞাপন অংশীদাৰৰ ছেটিঙৰ পৰা আপোনাৰ কাৰ্যকলাপৰ তথ্যত কিবা সলনি কৰে তেন্তে আপোনাক আপোনাৰ পচন্দ নিশ্চিত কৰিবলৈ কোৱা হ'ব।
বিজ্ঞাপনৰ অংশীদাৰসকলৰ পৰা কাৰ্যকলাপৰ তথ্য়
এই ছেটিংটোৱে আমি বিজ্ঞাপনৰ অংশীদাৰসকলৰ পৰা লাভ কৰা আপোনাৰ কাৰ্যকলাপৰ তথ্যৰ ভিত্তিত আপোনাক Instagram-ত প্ৰাসংগিক বিজ্ঞাপন দেখুৱাব পাৰোঁ নে নাই সেয়া নিয়ন্ত্ৰণ কৰে। যদি আপুনি এই ছেটিংটো বন্ধ কৰে, আপুনি দেখা বিজ্ঞাপনসমূহ তথাপিও আমাৰ মঞ্চত আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি দেখুওৱাব পাৰে। সেইবোৰ কোনো নিৰ্দিষ্ট ব্যৱসায়ৰ তথ্যৰ ওপৰত আধাৰিত হ'ব পাৰে যিয়ে আমাৰ সৈতে ব্যক্তি বা ডিভাইচৰ তালিকা ভাগ-বতৰা কৰিছে, যদিহে আমি আপোনাৰ প্ৰ'ফাইলটো সেই তালিকাৰ তথ্যৰ সৈতে মিলাইছোঁ।
বিজ্ঞাপনৰ অংশীদাৰৰ ছেটিঙৰ পৰা আপোনাৰ কাৰ্যকলাপৰ তথ্যত আপুনি কৰা বাছনি একেটা একাউণ্ট কেন্দ্ৰত থকা আপোনাৰ সকলো একাউণ্টত প্ৰযোজ্য হ'ব।
টোকা: যদি সেইবোৰ একেটা একাউণ্ট কেন্দ্ৰত যোগ কৰা নহয় তেন্তে আপোনাৰ একাউণ্টসমূহত বিভিন্ন বিজ্ঞাপনৰ অভিজ্ঞতা থাকিব পাৰে।
একাউণ্ট কেন্দ্ৰত আপুনি নিজৰ সমগ্ৰ একাউণ্টত পৰিচালনা কৰিব পৰা ছেটিংছৰ বিষয়ে অধিক জানক।
আমি অনলাইন আচৰণবাদী বিজ্ঞাপনৰ বাবে আত্ম-নিয়ন্ত্ৰণ নীতিসমূহ মানি চলোঁ আৰু ডিজিটেল বিজ্ঞাপন এলায়েন্স, কানাডাৰ ডিজিটেল বিজ্ঞাপন এলায়েন্স আৰু ইউৰোপীয়ন ইণ্টাৰেক্টিভ ডিজিটেল এডভাৰটাইজিং এলায়েন্স-এ স্থাপন কৰা অপ্ট-আউট প্ৰ'গ্ৰামত অংশগ্ৰহণ কৰোঁ। এই ছাইটসমূহৰ জৰিয়তে আপুনি সকলো অংশগ্ৰহণকাৰী কোম্পানীৰ পৰা অপ্ট-আউট কৰিব পাৰে।
সহায় লাভ কৰাৰ অন্যান্য উপায়
Meta AI সমৰ্থন এচিষ্টেণ্টৰ সৈতে চাট কৰক
সমস্যা সমাধান কৰক, সলনি কৰক আৰু বাস্তৱ সময়ত সমৰ্থন লাভ কৰক
